Bikhyuddho Bohni - cover

Bikhyuddho Bohni

ৰঞ্জু হাজৰিকা

  • 16 oktober 2021
  • 9789354838781
Wil ik lezen
  • Wil ik lezen
  • Aan het lezen
  • Gelezen
  • Verwijderen

Samenvatting:

ৰহস্য সাহিত্যৰ একচ্ছত্ৰী সম্ৰাট ৰঞ্জু হাজৰিকাৰ অন্যতম জনপ্ৰিয় উপন্যাস হ'ল 'বিক্ষুব্ধ বহ্নি '। ইন্দৰ আৰু শান্তাৰ সুন্দৰ জীৱনৰ চিহ্ন অমিত। কিন্তু শান্তা আৰু ইন্দৰৰ জীৱনত অমিতৰ বাবে থকা মৰমৰ মূল্যই অমিতৰ অনুপস্হিতিত তেওঁলোকৰ জীৱনক এক জটিল পৰ্যায়লৈ লৈ যায়। অমিত অবিহনে শান্তাৰ অৱস্থা আৰু ইন্দৰৰ দোষীৰ বাবে থকা বিদ্বেষে কাহিনীক এক অন্য দিশে আগবঢ়াই লৈ যায়। অমিতৰ অপহৰণৰ ঘটনাক লৈ ইন্দৰৰ জীৱনত হঠাৎ ঘটা কিছুমান বিক্ষিপ্ত ঘটনাৰ ঘটনাৰে উপন্যাসখনৰ কাহিনী আগবাঢ়ে। কোনে অপহৰণ কৰিছিল অমিতক? অমিত জীয়াই থাকিল নে? শান্তা আৰু ইন্দৰে বিচাৰি পালে নে প্ৰাণাধিক প্ৰিয় কণমানি পুত্ৰক? দিবছন লাল বৰুৱাৰ কন্ঠত ষ্টৰীটেলৰ যোগেদি শুনক ৰঞ্জু হাজৰিকাৰ উপন্যাস 'বিক্ষুব্ধ বহ্নি '।

We gebruiken cookies om er zeker van te zijn dat je onze website zo goed mogelijk beleeft. Als je deze website blijft gebruiken gaan we ervan uit dat je dat goed vindt. Ok